তেবাহিতেল

তেমুনা (Deori) [ Roman: te.mu.na]
Contributed by: Himasri Das on 2023-03-21
1. Medical Science(Material Noun-Neuter) a mass of abnormally growing cells that serve no useful bodily function শাৰীৰিক কাৰ্যকৰণত কোনো ধৰণৰ সহায় নকৰাকৈ দেহৰ কোনো অংশত কোষসমূহ অসাধাৰণভাৱে বাঢ়ি যোৱা এটা ৰোগ৷