তেলযুক্ততেলাচ

তেলাকুচা (Assamese) [ Roman: te.la.ku.sa]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-09-20
1. Plants(Common Noun) Cuscuta or Dodder is a parasitic creeper plant, it is yellow in colour. It can be identified by its thin leafless stems. এবিধ পাত নথকা হালধীয়া লতা৷ ই গছৰ ওপৰতে জন্মে আৰু তাত বগাই গছজোপা ঢাকি পেলাই ৷

তেলাকুচা (Bangla)
Contributed by: Sushanta Kar on 2014-04-20
2. (Proper Noun-Neuter) A creeper plant and its fruit like monodelpha. Its fruits are not edible. তিতা কেৰেলাৰ দৰে এবিধ বনৰীয়া লতা জাতীয় উদ্ভিদ আৰু ইয়াৰ ফল ৷ ইয়াৰ ফল খাদ্যৰ বাবে উপযোগী নহয় ৷