ত্ৰিজগতত্ৰিদশ

ত্ৰিতাল (Assamese) [ Roman: tri.tal]
Contributed by: Partha P Sarmah on 2010-10-28
1. Music(Proper Noun-Neuter) a sixteen beat taal used in Indian classical music. ভাৰতীয় শাস্ত্ৰীয় সংগীতত বহুলভাবে ব্যৱহাৰ হোৱা ষোল্ল মাত্ৰাৰ, চাৰিটা ভাগত বিভাজিত তাল৷ প্ৰথম,পঞ্চম আৰু তেৰ মাত্ৰাত তালি, নৱম মাত্ৰাত খালি৷ তিনতালত তিনিবাৰ তালি পৰা বাবেও ইয়াক তিনতাল বোলা হয়৷ তিনতালৰ বোলঃ ধা ধিন ধিন ধা৷ ধা ধিন ধিন ধা ৷ধা তিন তিন তা৷ তা ধিন ধিন ধা৷