তৎক্ষণাৎতৎপৰ হ

তৎপৰ (Assamese) [ Roman: tot.por]
1. (Proper Adj.-Common) Something that needs immediate attention and action. বৰ আৱশ্যকীয় আৰু পলম কৰিব নোৱাৰা ধৰণৰ ৷

Ref: জ্যোতি দ্বিভাষিক অভিধান
2. (Proper Adj.-Neuter) impatiently wanting to know/have more of something ধৈৰ্য্যবিহীন হৈ কিবা জানিবলৈ বা পাবলৈ বিছৰা