তৰড়িৎত’ত

তৱিৰ্ষ (Assamese) [ Roman: to.wir.xo]
Contributed by: Mousumi Konwar on 2023-02-07
Ref: হেমকোষ - ১৫শ সংস্কৰণ (২০১৩ চন)
1. (Abstract Noun) The place of existence (sometimes held to exist in our own universe) in religions and spiritual philosophies, typically described as the holiest possible place, accessible by people according to various standards of divinity (goodness, piety, etc.). ধৰ্মীয় আৰু আধ্যাত্মিক দৰ্শনত উল্লেখিত এখন ঠাই, যাক আটাইতকৈ পৱিত্ৰ ঠাই হিচাপে গণ্য কৰা হয় আৰু মানুহে নিজৰ কৰ্মফল অনুসৰি এই ঠাইলৈ যোৱাৰ যোগ্যতা অৰ্জন কৰে বুলি ভবা হয়৷
English: heaven, paradise,
Assamese: অক্ষয়ধাম, অক্ষয়লোক, অনন্তধাম, অনন্তপুৰম, অমৃতলোক, অময়াপুৰী, অমৰধাম, অমৰনগৰ, অমৰলোক, অমৰালয়, অমৰাৱতী, অমৰ্ত্যভুৱন, অমৰ্ত্যলোক, অলকাপুৰী, আনন্দধাম, আনন্দলোক, ইন্দ্ৰপুৰী, ইন্দ্ৰলোক, ইন্দ্ৰসভা, ইন্দ্ৰালয়, ইন্দ্ৰৰাজ্য, ঊৰ্দ্ধলোক, ঊৰ্ধ্বলোক, ঋভুক্ষ, গোলোক, ত্ৰিদশালয়, ত্ৰিদিৱ, তৱিৰ্ষ, দিব, দিব্যধাম, দিব্যলোক, দীপ্তক, দেৱনিকায়, দেৱপুৰ, দেৱপুৰী, দেৱভূমি, দেৱভৱন, দেৱলোক, দেৱসভা, দেৱালয়, দ্ৰাপ, ধ্ৰুৱলোক, নিজানন্দ, নিত্যধাম, পুণ্যলোক, পৰম্পদ, বিষ্ণুপুৰী, বেহেস্ত, বৈকুণ্ঠ, বৈকুণ্ঠপুৰী, শক্ৰভৱন, শান্তি-ধাম, সুখাধাৰ, সুধৰ্মসভা, সুধৰ্মা, সুৰপুৰ, সুৰপুৰী, সুৰলোক, সুৰসদন, সুৰালয়, সুৱালয়, স্বঃ, স্বাৰাজ্য, স্বৰগ, স্বৰ্গ, স্বৰ্গধাম, স্বৰ্গপুৰী, স্বৰ্গলোক, স্বৰ্গৰাজ্য, সৰগ, সৰ্গ,
Bodo: गोजोनफ़ुरि, सोरगोफ़ुरि, सोर्गो, सोर्गोफुरि,
Mising: dong among, kargu-kardi, nido,
Khasi: ka bneng, ka jingsuk,
Garo: eden bari,
Karbi: sorok,
Hmar: vânram, zion,
Nagamese: akhas, sorgo, sorog, swarg, sworg,
Dimasa: dambra,
Kaubru (Reang): kchuha,
Hindi: स्वर्ग,
Nepali: अम‌य‌ापुरी, बैकुण्ठपुरी,
Deori: আচি গিৰি, আচি পিচ্চ, পিচ্চ চিৰেচ্চা

Antonyms:

a. Abstract Noun: abyss, acheron, gehenna, hell, purgatory...

Different POS:

b. Proper Adj.-Common: celestial, divine, godlike, godly, heavenly...

Related Idea:

c. Abstract Noun-Neuter: hades, পৰলোক, লোকান্তৰ, সিপুৰী, गोथै थाग्रा जायगा...

Contributed by: Mousumi Konwar on 2023-02-07
Ref: হেমকোষ - ১৫শ সংস্কৰণ (২০১৩ চন)
2. (Material Noun-Neuter) a salt water body that cover the greater part of the earth's surface. পৃথিৱী-পৃষ্ঠৰ সৰহভাগ ঠাই অধিকাৰ কৰি থকা লোণযুক্ত পানী থকা বিশাল জলৰাশি।
English: sea,
Assamese: অকূল, অতল, অব্ধি, অম্বুধি, অম্বুনিধি, অম্বুপ, অম্বুপতি, অম্বুভৃৎ, অম্বুমান, অম্বুৰাশি, অম্বোদ, অম্ভোধি, অৰ্ণৱ, ইন্দুজনক, ইৰাৱত, ইৰাৱান, উদধি, উৰ্মিমালী, কুস্তভ, ক্ষীৰোদ, ক্ষীৰোদধি, ক্ষৌণীপ্ৰাচীৰ, জলধি, জলধৰ, জলাৰণ্য, জলেন্দ্ৰ, জলেশ, জলেশ্বৰ, জয়াধিপ, তিমিকোষ, তোয়ধি, তোয়নিধি, তৱিৰ্ষ, দভ্ৰ, দ্বীপী, ধৰণীপ্লৱ, নদীকান্ত, নীলাম্বু, নীলাম্বুধি, নীৰধি, নীৰনিধি, পুৰণ, প্ৰচেতা, পয়োধি, পয়োনিধি, বাৰিধৰ, বাৰীন্দ্ৰ, বাৰীশ, মকৰাকৰ, মকৰাময়, মহাকচ্ছ, যাদঃপত, যাদসাম্পতি, সমুদ্ৰ, সাগৰ, সিন্ধু, সৰিৎপতি, সৰ্পি, হিৰণ্যদ, ৰত্নগৰ্ভ, ৰত্নগৰ্ভা, ৰত্নাকৰ,
Bodo: लैथो,
Mising: ga:né,
Khasi: duriaw,
Meeteilon: epaak, samudra,
Bishnupriya Manipuri: সাগর,
Karbi: talo,
Kok-Borok: twibom,
Hmar: tuipui,
Nagamese: dangor-pani, hagor, homudro, sagor,
Dimasa: dimang,
Tai: টা লে,
Bangla: সমুদ্র, সমুদ্ৰ, সাগর,
Rabha: চিজিম্‌ৰি, ছিমান্‌দি

Different POS:

a. Proper Adj.: marine, maritime, nautical, সমুদ্ৰজ, সমুদ্ৰজাত...

Higher Magnitude:

b. Abstract Noun: ocean, কুপাৰ, কূপাৰ, পাৰাবাৰ, বাৰিধি...

Sub Idea:

c. Common Noun-Neuter: bay, gulf, উপসাগৰ, लैथोसा, ka kdong...