থকেথঙা
থকৰ্-বকৰ্ (Assamese) [ Roman: tho.kor-bo.kor]
Contributed by: Biraj Kumar Kakati on 2008-11-09
English: reeling, rocking, shaky, tremulous,
Assamese: টলং-ভটং, টুলুং-ভুটুং, ঢলং-পলং, তুল-বুল, থকৰ্-বকৰ্, থৰ-বৰ, থৰক-বৰক, লকৰ-থকৰ, লৰক-ফৰক, হেলেং-পেলেং, হেলেক-পেলেক, হোলোক-ঢোলোক, হোলোক-পোলোক,
Bodo: लोरबां, लोरसोर,
Deori: তৰক বৰক চাবা
থকৰ্-বকৰ্ (Assamese) [ Roman: tho.kor-bo.kor]
Contributed by: Biraj Kumar Kakati on 2008-11-09
1. (Proper Adj.) having small and irregular movements অস্থিৰভাৱে লৰচৰ কৰা