থপথইপা থপথপীয়া দৈ
থপথপীয়া (Assamese) [ Roman: thop.tho.pia]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-01
English: dense, viscid, viscous,
Assamese: গাঢ়, থপথপীয়া, বিজল, বিজাল bo , বীজলীয়া, বীজলুৱা, লেতকেতীয়া, লেপথেপ, লেপথেপীয়া, লেপলপীয়া, সান্দ্ৰ,
Bodo: गुबुं,
Dimasa: sabbi,
Deori: পিচলিই
Contributed by: Biraj Kumar Kakati on 2010-11-16
থপথপীয়া (Assamese) [ Roman: thop.tho.pia]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-01
1. (Proper Adj.) Having a relatively high resistance to flow. তুলনামূলকভাৱে অধিক সান্দ্ৰতা গুণ থকা তৰল পদাৰ্থ|
Assamese: গাঢ়, থপথপীয়া, বিজল, বিজাল bo , বীজলীয়া, বীজলুৱা, লেতকেতীয়া, লেপথেপ, লেপথেপীয়া, লেপলপীয়া, সান্দ্ৰ,
Bodo: गुबुं,
Dimasa: sabbi,
Deori: পিচলিই
Different POS:
a. Verb-Trans.: concentrate, কেন্দ্ৰীভূত কৰ্, ঘণীভূত কৰ্...Contributed by: Biraj Kumar Kakati on 2010-11-16
Ref: আধুনিক অসমীয়া শব্দকোষ
2. (Proper Adj.-Neuter) Sticky, viscid and semisolid form (of mud, crystal, jelly etc). লুথৰী পিঠা বা বোকাৰ নিচিনা আৰু বীজলুৱা৷