দখনাদখল কৰ্

দখল (Assamese) [ Roman: do.khol Origin: ফা. (হেম১৩)]
Contributed by: Buljit Buragohain বুলজিৎ বুঢ়াগোহাঁই on 2007-12-30
1. (Abstract Noun) actual holding or occupancy, either with or without rights of ownership. মালিকীস্বত্ত্ব থকা বা নথকাকৈ কোনো বস্তু বা সম্পত্তি অধিকাৰ কৰি থকা৷
English: occupation, possession,
Assamese: কবল, খপ্পৰ, গ্ৰাস, দখল,
Deori: চুং, চুম, দকল-নমা

Example Sentences:

1. মেট্ৰিক পৰীক্ষাত সি প্ৰথম স্হান দখল কৰিছিল।