দভ্ৰদম দে

দম (Assamese) [ Roman: dom]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
1. (Abstract Noun) A group of things placed or thrown, one on top of the other. একে ঠাইতে ওখকৈ গোটাই থোৱা বস্তুৰ সমষ্টি ।
English: aggregate, heap, pile,
Assamese: চক্ৰিকা, থূপ, দ`ম, দম, পুঁজি, পুঞ্জ, সমূহ, স্তূপ, হাদাম, হেদাম,
Mising: adkum, apom, pa:sum,
Khasi: ka kynton, ka thup,
Garo: chu.gimik, dandaka,
Meeteilon: peiba,
Hindi: ढेर,
Bangla: দম, স্তূপ

Example Sentences:

1. ইয়াত জাবৰৰ দম হৈ আছে।

Contributed by: Partha P Sarmah on 2011-02-17
2. Cuisine-Food(Common Noun-Neuter) a curry or gravy made from boiled potato/eggs আলু, কণী আদি (একেলগে বা বেলেগে বেলেগে)প্ৰথমে সিজাই পাছত মছলা আদিৰে সৈতে তেল মাৰি থুপথুপীয়াকৈ প্ৰস্তুত কৰা এবিধ ব্যঞ্জন৷ যেনেঃ আলুৰ/কণীৰ দম৷
Assamese: দম

দম (Bangla)
Contributed by: Sushanta Kar on 2010-09-05
3. (Abstract Noun) A group of things placed or thrown, one on top of the other. একে ঠাইতে ওখকৈ গোটাই থোৱা বস্তুৰ সমষ্টি ।