দলগাঁওদলঙা

দলঘাঁহ (Assamese) [ Roman: dol.gha~h]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-09-02
1. Plants(Proper Noun-Neuter) A perennial grass that run on wet ground, or float on water. It has value as a cool or dry season forage in seasonally inundated land, and can also be cut for silage. পানীত ওপঙি থকা অথবা দ ঠাইত হোৱা এবিধ ঘাঁহ ৷ বৰষুণ নোহোৱা খৰালি দিনত গৰু-ম’হৰ খাদ্য ৰূপেও ব্যৱহাৰ কৰা হয় ৷