দালাংদালাল

দালান (Assamese) [ Roman: da.lan]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-25
1. (Material Noun-Neuter) a relatively permanent and large enclosed construction over a plot of land, having a roof and usually windows and often more than one level, used for any of a wide variety of activities, as living, entertaining, or manufacturing. সাধাৰণতে বহু খলপীয়া, ছাদ/চাল আৰু দুৱাৰ-খিৰিকি থকা, মানুহ থাকিবলৈ, আমোদ-প্ৰমোদৰ বাবে বা কোনো উত্পাদনৰ বাবে আদি বিভিন্ন কামত ব্যৱহাৰ কৰা, এক নিৰ্দিষ্ট সীমাৰ ভিতৰত সজা, আপেক্ষিকভাৱে স্থায়ী আৰু বৃহত্ ঘৰ ৷

Contributed by: Buljit Buragohain বুলজিৎ বুঢ়াগোহাঁই on 2007-03-08
2. (Material Noun-Neuter) usually a house made with bricks and mortar ইটা, শিল আদিৰে নিৰ্মিত ডাঙৰ ঘৰ
English: bungalow,
Assamese: দালান, বঙলা,
Bangla: বাংলো