দায়গ্ৰস্তদায়বদ্ধতা

দায়বদ্ধ (Assamese) [ Roman: day.bod.dho]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-11-29
1. (Proper Adj.-Common) Questionable to account for one`s actions; subject to being held to account; holding a specific office, duty, or trust. হানি বা ক্ষতিৰ বাবে প্ৰশ্ন কৰিব পৰা ব্যক্তি ৷

Contributed by: Dr. Neelotpal Deka, LL.M. (IT & IP Law, UK) on 2007-06-27
2. Business-Commerce-EconomicsLegal(Verbal Adj.) Pledge of something as security without delivery of title or possession. কোনো বস্তুৰ ওপৰত থকা অধিকাৰ বিসৰ্জন নিদিয়াকৈ ধন বা সা-সুবিধাৰ বিনিময়ত আনক গতাই দিয়া

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-24
3. (Verbal Adj.) burdened with obligations কাৰোবাৰ অনুকুলে কোনো কৰ্ত্তব্য সমাপন কৰাৰ দায়িত্ব থকা