দায়ৰাদাৰ-হায়া
দাৰ (Assamese) [ Roman: dar]
Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-01-09
English: better half, wife,
Assamese: অংক-লক্ষ্মী, অংকশায়িনী, অঙ্কশায়ী, অৰ্ধাংগী, অৰ্ধাঙ্গিনী, কলত্ৰ, কান্তা, ক্ষেত্ৰ, গৃহলক্ষ্মী, ঘৈণী, ঘৈণীয়েক, ঘৰণী, ঘৰিণী, ঘৰুণী, জানি, জায়া, জীৱন-লগৰী, জীৱন-সঙ্গিনী, জৰু, তলোদৰী, তল্প, দাৰ, দাৰা, ধনিকা, ধৰ্মপত্নী, পত্নী, পাটীৰ তিৰোতা, পুৰন্ধ্ৰী, পৰিবাৰ, বনিতা, ভাৰ্যা, ভাৰ্য্যা, ল’ৰাহঁতৰ মাক, শয্যা-সহচৰী, শয্যাসংগিনী, সধৰ্মিণী, সধৰ্ম্মিণী, সহধৰ্মিণী, সহধৰ্মী, স্ত্ৰী,
Bodo: बिसि,
Mising: eraneng, miyeng,
Khasi: ka lok, ka tnga,
Garo: jik, jikgipa,
Meeteilon: Loynabi, taloi, yumburembi,
Mizo (Lushai): nupui,
Karbi: melo, milo, piso,
Kok-Borok: bihik, hik, nihik,
Nagamese: ghoini,
Dimasa: beehee,
Tai: মি, মে,
Nepali: पत्नी, बूढ़ी, श्रीमती,
Deori: মচি, মিচি
b. Common Noun-Masculine: husband, আৰ্যপুত্ৰ, উপযন্তা, কান্ত, ক্ষেত্ৰী...
দাৰ (Deori) [ Roman: dar]
Contributed by: Himasri Das on 2022-12-22
English: debit, debt, loan,
Assamese: উঠনা, উধাৰ, ঋণ, কালিয়ন, কুসীদ, কৰজ, কৰ্জ্জা, দেন, দেনা, ধাৰ, ধাৰ-ঋণ, ধাৰ-ধুপাল, বাকী,
Bodo: दाहार,
Mising: narnam,
Khasi: ka ram,
Garo: Gro,
Meeteilon: laman, shendol, shotpa,
Karbi: Choram, Preng,
Nagamese: baki, dhar,
Dimasa: Jauba, lagai,
Tai: ছিন্, নী, নী ছিন্,
Hindi: ऋण,
Bangla: ঋণ, দেনা, ধার,
Deori: দাৰ
দাৰ (Assamese) [ Roman: dar]
Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-01-09
1. (Common Noun-Feminine) a man's partner in marriage; the female spouse. পুৰুষৰ বৈবাহিক জীৱনৰ সঙ্গী।
Assamese: অংক-লক্ষ্মী, অংকশায়িনী, অঙ্কশায়ী, অৰ্ধাংগী, অৰ্ধাঙ্গিনী, কলত্ৰ, কান্তা, ক্ষেত্ৰ, গৃহলক্ষ্মী, ঘৈণী, ঘৈণীয়েক, ঘৰণী, ঘৰিণী, ঘৰুণী, জানি, জায়া, জীৱন-লগৰী, জীৱন-সঙ্গিনী, জৰু, তলোদৰী, তল্প, দাৰ, দাৰা, ধনিকা, ধৰ্মপত্নী, পত্নী, পাটীৰ তিৰোতা, পুৰন্ধ্ৰী, পৰিবাৰ, বনিতা, ভাৰ্যা, ভাৰ্য্যা, ল’ৰাহঁতৰ মাক, শয্যা-সহচৰী, শয্যাসংগিনী, সধৰ্মিণী, সধৰ্ম্মিণী, সহধৰ্মিণী, সহধৰ্মী, স্ত্ৰী,
Bodo: बिसि,
Mising: eraneng, miyeng,
Khasi: ka lok, ka tnga,
Garo: jik, jikgipa,
Meeteilon: Loynabi, taloi, yumburembi,
Mizo (Lushai): nupui,
Karbi: melo, milo, piso,
Kok-Borok: bihik, hik, nihik,
Nagamese: ghoini,
Dimasa: beehee,
Tai: মি, মে,
Nepali: पत्नी, बूढ़ी, श्रीमती,
Deori: মচি, মিচি
Opp. Gender:
a. Common Noun-Masculine: husband, আৰ্যপুত্ৰ, উপযন্তা, কান্ত, ক্ষেত্ৰী...b. Common Noun-Masculine: husband, আৰ্যপুত্ৰ, উপযন্তা, কান্ত, ক্ষেত্ৰী...
দাৰ (Deori) [ Roman: dar]
Contributed by: Himasri Das on 2022-12-22
2. Business-Commerce-Economics(Abstract Noun) Money or goods or services owed by one person to another. এজনে আনজনক দিবলৈ বা পৰিশোধ কৰিবলৈ থকা ধন, সামগ্ৰী বা সেৱা।