দাৰণদাৰা

দাৰপৰিগ্ৰহ (Assamese) [ Roman: dar.po.ri.groh]
Contributed by: Mousumi Konwar on 2023-02-20
Ref: হেমকোষ - ১৫শ সংস্কৰণ (২০১৩ চন)
1. (Abstract Noun) the social institution under which a man and woman establish their decision to live as husband and wife by legal commitments, religious ceremonies, etc. ন্যায়িক প্ৰক্ৰিয়া, ধৰ্মীয় অনুষ্ঠান আদিৰ যোগেদি এজন পুৰুষ আৰু এগৰাকী নাৰীয়ে স্বামী-স্ত্ৰী ৰূপে জীৱন কটোৱাৰ সিদ্ধান্ত ৰূপায়িত কৰাৰ বাবে পতা এক সামাজিক অনুষ্ঠান