দুৰ্বিষহদুৰ্বুধিয়া

দুৰ্বুদ্ধি (Assamese) [ Roman: dur.bud.dhi]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-29
1. (Abstract Noun) evil motive or intentions; আনক হানি কৰিবৰ বাবে ৰচা বুদ্ধি

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-25
2. (Proper Adj.-Common) one who befools others by using dishonest trick. আনক অসৎ বুদ্ধিৰে বুৰ্ব্বক সজোৱা লোক।