দুৰ্ভগাদুৰ্ভগীয়ানী
দুৰ্ভগীয়া (Assamese) [ Roman: dur.bho.gi.ya]
fm: দুৰ্ভাগিনী
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-10-27
English: gone, unlucky,
Assamese: অভগা, অভাগা, অভাগীয়া, কপালহীন, কৰ্মনশীয়া, কৰ্ম্মনশীয়া, গজমূৰা, গজমূৰী, গজমূৰীয়া, ঢাট-কপলীয়া, ঢাৰ-কপলীয়া, দশাহীন, দুৰ্কপলীয়া, দুৰ্ভগা, দুৰ্ভগীয়া, ধাতকপলীয়া, ধূতকপলীয়া, ফুটাকপলীয়া, বৰাক, ভাগ্যশূন্য, ভাগ্যহীন, মন্দভাগী, ললাটী, হতভগীয়া, হতভাগা, হতভাগী, হতভাগ্য,
Bodo: गोमालांनाय,
Mising: gone,
Garo: gopal gri,
Bishnupriya Manipuri: ভাগ্যাহীন,
Tai: জম্ কাম্
Contributed by: Bikram M Baruah on 2006-10-27
English: deplorable, lamentable, sorrowful, woeful, woesome,
Assamese: কালিন্দী, দুঃখকাৰক, দুঃখকৰ, দুঃখজনক, দুঃখদায়ক, দুঃখদায়ী, দুঃখপ্ৰদ, দুখজনক, দুখলগা, দুৰ্ভগীয়া, দুৰ্ভাগ্যৱন্ত, মন্দভাগ্য, শোকলগা, শোকাবহ, হতভাগ্য,
Bodo: दिखारनांथाव, दुखुनांथाव,
Hmar: lungsietum, pawi,
Deori: মন-চ্চিৰুবা
দুৰ্ভগীয়া (Assamese) [ Roman: dur.bho.gi.ya]
fm: দুৰ্ভাগিনী
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-10-27
1. (Proper Adj.-Common) one who suffers bad luck যাৰ ভাগ্য বেয়া
Assamese: অভগা, অভাগা, অভাগীয়া, কপালহীন, কৰ্মনশীয়া, কৰ্ম্মনশীয়া, গজমূৰা, গজমূৰী, গজমূৰীয়া, ঢাট-কপলীয়া, ঢাৰ-কপলীয়া, দশাহীন, দুৰ্কপলীয়া, দুৰ্ভগা, দুৰ্ভগীয়া, ধাতকপলীয়া, ধূতকপলীয়া, ফুটাকপলীয়া, বৰাক, ভাগ্যশূন্য, ভাগ্যহীন, মন্দভাগী, ললাটী, হতভগীয়া, হতভাগা, হতভাগী, হতভাগ্য,
Bodo: गोमालांनाय,
Mising: gone,
Garo: gopal gri,
Bishnupriya Manipuri: ভাগ্যাহীন,
Tai: জম্ কাম্
Related Idea:
a. Proper Adj.-Neuter: unfortunate, wretched, দুৰ্ভাগ্যজনক, खाफालमोन्दा, दुखुनांथाव...Contributed by: Bikram M Baruah on 2006-10-27
2. (Proper Adj.) causing or being a subject for grief or regret দুখ-কষ্টৰ সন্মুখীন হোৱা অৱস্থা; মনত দুখ দিব পৰা