দেৱবালাদেৱভাষা

দেৱব্ৰত (Assamese) [ Roman: de.bo.brot]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-15
1. Hinduism(Proper Noun-Masculine) One of the strongest characters of the Mahabharata. He was the grandfather of both the Pandavas and the Kauravas. Bhishma, who was Commander-in-Chief of the Kaurava forces in the Mahabharata war, was 126 years old at the time. He lived a pure celibate life, making a great sacrifice for the sake of his father. মহাভাৰতৰ অন্যতম শক্তিশালী চৰিত্ৰ৷ তেওঁ কৌৰৱ-পাণ্ডৱ উভয়ৰে ককাক আছিল৷ মহাভাৰতৰ যুদ্ধত কৌৰৱৰ সেনাপতি হোৱাৰ সময়ত তেওঁৰ বয়স আছিল ১২৬ বছৰ৷ তেওঁ নিজৰ পিতৃৰ স্বাৰ্থত ওৰেটো জীৱন অবিবাহিত হিছাপে অতিবাহিত কৰিছিল৷