দোহাইদোহাৰি

দোহাৰ (Assamese) [ Roman: do'.har]
1. (Verb-Trans.) to say or do again or repeatedly পুনৰাই বা বাৰে-বাৰে ক অথবা কৰ্

Contributed by: Himasri Das on 2023-08-30
2. (Abstract Noun) a regularly recurring phrase or verse especially at the end of each stanza or division of a poem or song. বিশেষকৈ কবিতা বা গীতৰ প্ৰতিটো স্তৱক বা বিভাজনৰ শেষত নিয়মিতভাৱে পুনৰাবৃত্তি হোৱা বাক্যাংশ বা পদ্য৷
English: refrain,
Assamese: দোহাৰ