দোৱাশৰণীয়াদৌ-জ্বীলকানি

দৌ (Assamese)

দৌ (Tai) [ Roman: dou]
Contributed by: Anjali Sonowal on 2008-12-11
1. Astronomy(Material Noun-Neuter) A self-luminous celestial body consisting of a mass of gas held together by its own gravity in which the energy generated by nuclear reactions in the interior is balanced by the outflow of energy to the surface নিজৰ মহাকৰ্ষণ বলৰ জৰিয়তে একত্ৰ কৰি ৰখা গেছেৰে গঠিত নিজা পোহৰ থকা এক মহাজাগতিক বস্তু, যি তাৰ অভ্যন্তৰত পাৰমাণৱিক বিক্ৰিয়াৰ দ্বাৰা উত্পন্ন হোৱা শক্তি আৰু পৃষ্ঠলৈ বাহিৰ কৰি দিয়া শক্তিৰ মাজত ভাৰসাম্য ৰক্ষা কৰে ৷

দৌ (Deori) [ Roman: dau]
Contributed by: Himasri Das on 2023-03-13
2. (Material Noun-Neuter) A ridge or swell moving through or along the surface of a large body of water কোনো বৃহত্ জলাশয়ৰ পৃষ্ঠত উঠা বা ওপৰেৰে বাগৰি যোৱা পানীৰ ওফোন্দ