দ্ৰোণীদ্ৰোহী

দ্ৰোহ (Assamese) [ Roman: dro`h]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-09-08
1. Political Science(Abstract Noun) an organized resistance, often with arms, to an established government or political system. কোনো প্ৰতিষ্ঠিত চৰকাৰ বা ৰাজনৈতিক পদ্ধতিৰ প্ৰতি এক সংগঠিত বিৰোধ, কেতিয়াবা অস্ত্ৰেৰে সৈতে।

Contributed by: Anjali Sonowal on 2009-07-19
2. (Abstract Noun) a feeling or condition of hostility or unfriendliness. বন্ধুত্ব নথকা বা পৰস্পৰ বিৰোধী এক অনুভূতি বা অৱস্থা।