দৰিয়াপ কৰদৰে

দৰুণ (Assamese) [ Roman: do.run]
Contributed by: Atul Ch. Kakoti on 2009-06-03
1. Plants(Common Noun-Common) A small herbal plant with white flowering from the family Lamiaceae. Also it has strong digestive power. People used as herbal medecine. দ্ৰোণ এবিধ সৰু বনৌষধি উদ্ভিদ ৷ ইয়াৰ সৰু সৰু ফুল ফুলে ৷ মানুহে পেটৰ অসুখত ইয়াক পাতত দি পিটিকি খায় ৷ ই হজমী শক্তি আৰু ভোক বঢ়ায় ৷