ধনশালীধনশিৰী

ধনশিৰি (Assamese) [ Roman: dhon.xi.ri]
Contributed by: Deepro Chakraborty on 2007-07-27
1. River(Proper Noun-Neuter) A river of Upper Assam. Golaghat and Dimapur city are situated beside this river. This river falls into Brahmaputra in Golaghat district. The ancient name of the river is Dhanasree. উজনি অসমৰ এখন নদী ৷ ডিমাপুৰ আৰু গোলাঘাট চহৰ দুখন ইয়াৰ পাৰতেই অৱস্থিত ৷ এই উপনদী গোলাঘাট জিলাত ব্রহ্মপুত্রৰ লগত মিলিত হৈছে ৷ ইয়াৰ প্রাচীন নাম ধনশ্রী ৷