ধাতাধাতু মল

ধাতু (Assamese) [ Roman: dha.tu]
1. Chemistry(Material Noun-Neuter) Any of a category of electropositive elements that usually have a shiny surface, are generally good conductors of heat and electricity, and can be melted or fused, hammered into thin sheets, or drawn into wires. Typical metals form salts with nonmetals, basic oxides with oxygen, and alloys with one another. উজ্জ্বল পৃষ্ঠযুক্ত, তাপ আৰু বিদ্যুতৰ সুপৰিবাহী আৰু গলাব পৰা, পাতল পাত বা তাঁৰলৈ ৰূপান্তৰিত কৰিব পৰা, ধনাত্মক আধানযুক্ত মৌল ৷ আদৰ্শ ধাতুৱে অধাতুৰ সৈতে বিক্ৰিয়া কৰি লৱণ, অক্সিজেনৰ সৈতে খাৰুৱা অক্সাইড আৰু অন্য ধাতুৰ সৈতে সংকৰ ধাতু উত্পন্ন কৰে ৷
English: metal,
Assamese: ধাতু,
Bodo: धातु,
Khasi: ka nar, nar,
Nagamese: dhatu,
Bangla: ধাতু

Example Sentences:

1. লো এবিধ চুম্বকীয় ধাতু।

Antonyms:

a. Common Noun-Neuter: non-metal, অধাতু...

Different POS:

b. Proper Adj.: metallic, ধাতৱ, तामा, फितलाय...

Contributed by: Bikram M Baruah on 2006-03-17
2. (Material Noun-Neuter) Mature sex cells produced by testicles that fertilises an egg in the female uterus to produce offspring. অণ্ডাশয়ে সৃষ্টি কৰা পৈণত জনন কোষ, যি সন্তান বা পোৱালি জন্ম দিয়াৰ বাবে স্ত্ৰীৰ জৰায়ুত ডিম্ব নিষেচন কৰে৷

ধাতু (Bangla)
3. Chemistry(Material Noun-Neuter) Any of a category of electropositive elements that usually have a shiny surface, are generally good conductors of heat and electricity, and can be melted or fused, hammered into thin sheets, or drawn into wires. Typical metals form salts with nonmetals, basic oxides with oxygen, and alloys with one another. উজ্জ্বল পৃষ্ঠযুক্ত, তাপ আৰু বিদ্যুতৰ সুপৰিবাহী আৰু গলাব পৰা, পাতল পাত বা তাঁৰলৈ ৰূপান্তৰিত কৰিব পৰা, ধনাত্মক আধানযুক্ত মৌল ৷ আদৰ্শ ধাতুৱে অধাতুৰ সৈতে বিক্ৰিয়া কৰি লৱণ, অক্সিজেনৰ সৈতে খাৰুৱা অক্সাইড আৰু অন্য ধাতুৰ সৈতে সংকৰ ধাতু উত্পন্ন কৰে ৷
English: metal,
Assamese: ধাতু,
Bodo: धातु,
Khasi: ka nar, nar,
Nagamese: dhatu,
Bangla: ধাতু

Antonyms:

a. Common Noun-Neuter: non-metal, অধাতু...

Different POS:

b. Proper Adj.: metallic, ধাতৱ, तामा, फितलाय...