ধুমকলাধুমগাইৰা

ধুমকেতু (Assamese) [ Roman: dhum.ke.tu]
alt: ধূমকেতু
1. Astronomy(Common Noun-Neuter) a celestial body moving about the sun, usually in a highly eccentric orbit, consisting of a central mass surrounded by an envelope of dust and gas that may form a tail that streams away from the sun সাধাৰণতে এক বিষম-কেন্দ্ৰিক কক্ষপথেৰে সূৰ্য্যক প্ৰদক্ষিণ কৰা এটা মহাজাগতিক বস্তু, যি ধূলি আৰু ধোঁৱাৰ আৱৰণেৰে আবৃত এক কেন্দ্ৰীয় ভৰেৰে গঠিত ৷ ধূলি আৰু ধোঁৱাই সূৰ্য্যৰ পৰা দূৰলৈ প্ৰসাৰিত এডাল নেজৰো সৃষ্টি কৰিব পাৰে ৷