ধেমালিকৈধেমেলীয়াকৈ
ধেমেলীয়া (Assamese) [ Roman: dhe.me.li.ya]
Contributed by: Ranjita Pegu on 2007-02-24
English: farce,
Assamese: কৌতুকীয়া, খুহুটীয়া, চং, ধেমেলীয়া, প্ৰহসন, ভেকোঁভাওনা
Contributed by: Buljit Buragohain বুলজিৎ বুঢ়াগোহাঁই on 2007-02-24
English: mirthful,
Assamese: কৌতুকপ্রিয়, টেটকুটীয়া, ধেমেলীয়া, ৰঙিয়াল, ৰসিক,
Mising: arrat, i:r-rokkom, i:rpongkir
ধেমেলীয়া (Assamese) [ Roman: dhe.me.li.ya]
Contributed by: Ranjita Pegu on 2007-02-24
1. (Abstract Noun) a ridiculous or meaningless situation or action কোনো হাঁহি উঠা পৰিস্থিতি বা কাম৷
Assamese: কৌতুকীয়া, খুহুটীয়া, চং, ধেমেলীয়া, প্ৰহসন, ভেকোঁভাওনা
Different POS:
a. Verb-Trans.: mimic, চং দে, ভাও দে, ভেৰাকুটি কৰ্, চেউ-লাকিয়াঁমা...Contributed by: Buljit Buragohain বুলজিৎ বুঢ়াগোহাঁই on 2007-02-24
Ref: আধুনিক অসমীয়া শব্দকোষ
2. (Proper Adj.-Common) Full of or showing high-spirited merriment. অতিশয় আনন্দ দেখুওৱা বা আনন্দ দিব পৰা।Assamese: কৌতুকপ্রিয়, টেটকুটীয়া, ধেমেলীয়া, ৰঙিয়াল, ৰসিক,
Mising: arrat, i:r-rokkom, i:rpongkir