ধ্বংসীধ্বজ-দণ্ড

ধ্বজ (Assamese) [ Roman: dhwo.jo]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-02
1. (Material Noun-Neuter) A piece of cloth, usually rectangular, of distinctive color and design, used as a symbol, standard, signal, or emblem এটা প্ৰতীক, মান, চিহ্ন বা মোহৰ হিচাপে ব্যৱহাৰ কৰা সাধাৰণতে আয়তাকাৰ আৰু নিৰ্দ্দিষ্ট ৰং আৰু গঢ়ৰ এটুকুৰা কাপোৰ

Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2009-07-16
2. Anatomy(Material Noun-Neuter) The male reproductive organ of mammals and some reptiles and birds. In mammals, the penis contains the urethra, which carries urine from the bladder and releases sperm during reproduction. মানুহকে আদি কৰি স্তন্যপায়ী প্ৰাণীসমূহ, কিছুমান চৰাই আৰু সৰিসৃপৰ মতাটোৰ জননাংগ ৷ স্তন্যপায়ী প্ৰাণীৰ ক্ষেত্ৰত পুৰুষাংগটোৱে মূত্ৰস্থলীৰ পৰা মূত্ৰনলীৰ সহায়ত মূত্ৰ নিষ্কাশন কৰে আৰু প্ৰজননৰ সময়ত শুক্ৰবীজ কঢ়িয়াই আনে ৷