ধৰ্মভীৰুধৰ্মমত
ধৰ্মভ্ৰষ্ট (Assamese) [ Roman: dhor.mo.bhros.to]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-18
English: sinful,
Assamese: অঘৱন্ত, অধৰমী, আভজনী, ধৰ্মচ্যুত, ধৰ্মভ্ৰষ্ট, নাৰকী, নৰকী, নৰাধম, পাতকী, পাপমতি, পাপিষ্ঠ, পাপী, পাপীষ্ঠ, পামৰ, মলমতি,
Nepali: पातकी, पापी,
Deori: অদৰমি, নৰকি
ধৰ্মভ্ৰষ্ট (Assamese) [ Roman: dhor.mo.bhros.to]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-18
Ref: হেমকোষ (পুৰণি)
1. (Proper Adj.-Common &/or Masculine) having committed unrighteous acts যি কোনো নীতি-বিৰুদ্ধ অসৎ কাৰ্য্য কৰিছে Assamese: অঘৱন্ত, অধৰমী, আভজনী, ধৰ্মচ্যুত, ধৰ্মভ্ৰষ্ট, নাৰকী, নৰকী, নৰাধম, পাতকী, পাপমতি, পাপিষ্ঠ, পাপী, পাপীষ্ঠ, পামৰ, মলমতি,
Nepali: पातकी, पापी,
Deori: অদৰমি, নৰকি