ধৰ্মান্তৰিতধৰ্মান্ধতা

ধৰ্মান্ধ (Assamese) [ Roman: dhor.man.dho]
Contributed by: Biraj Kumar Kakati on 2008-02-11
1. (Common Noun-Common) A person who believes his own religion blindly and hates other religion. যুক্তিলৈ নেচাই নিজৰ ধৰ্মত অন্ধভাৱে বিশ্বাস ৰখা আৰু আনৰ ধৰ্মক ঘিণ কৰা ব্যক্তি |

Contributed by: Biraj Kumar Kakati on 2008-02-11
2. (Proper Adj.-Common) The notion of believing own religion and hate others. নিজৰ ধৰ্মত অন্ধভাৱে বিশ্বাসী আৰু পৰধৰ্মবিদ্বেষী |
English: bigoted,
Assamese: ধৰ্মান্ধ