নকুলনক্ষত্ৰ

নক্তে (Assamese) [ Roman: nok.te]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-11-10
1. Sociology(Common Noun-Common) A tribe is inhabited mainly in the central regions of the Arunachal Pradesh. Etymologically `Nocte` means "people living in an organized community". In the Ahom and early British periods Nocte tribes were referred to as Borduarias, Panduarias, Namsangia and Jaipurias. They had come into close contact with general people in the middle of the 19th Century. The Noctes belong to the Mongoloid type. Nocte tribes had close relation with the Naga tribal communities is a known fact. The society is divided into two - The Royal Lowang Kepi and the Tangmo. Each class consists of many lineage groups called `Ku` or `Ru`. The tribe as a whole is endogamous. নক্তে জনগোষ্ঠীৰ লোকসকল তিৰাপ জিলাৰ মাজ ভাগত, ৱানছ’ সকলৰ পূবত বসবাস কৰে৷ তেওঁলোকৰ সমাজখন দুজন শক্তিশালী মুখিয়াল: নামচাঙ আৰু বৰদুৰীয়াৰ দ্বাৰা সুচাৰুৰূপে পৰিচালিত৷ তেওঁলোকে বৈষ্ণৱ ধৰ্ম মানি চলে আৰু অসমৰ নাজিৰাৰ বাৰেঘৰ সত্ৰৰ শিষ্য আছিল৷ বাৰেঘৰ সত্ৰৰ প্ৰতিষ্ঠাতা-সত্ৰাধিকাৰ শ্ৰী ৰাম দেৱ আতাৰ ঘনিষ্ঠ বন্ধু নগা নৰোত্তম তেওঁৰ প্ৰথম শিষ্য আছিল৷ ন’ক্তে জনগোষ্ঠীৰ লোকসকল মূলতঃ নিমখ উৎপাদনৰ বাবে পৰিচিত আছিল৷ নিমখেই তেওঁলোকৰ বেপাৰ আৰু বিনিময়ৰ মুখ্য সামগ্ৰী আছিল৷ তেওঁলোকে কৃষিৰ ওপৰত নিৰ্ভৰ কৰিছিল৷ ইয়াৰ উপৰিও তেওঁলোকে ব্যৱসায়ৰ বাবে পাণ উৎপাদন কৰিছিল
English: Nocte Tribe,
Assamese: নক্তে