নশিকাৰুনশ্বৰতা
নশ্বৰ (Assamese) [ Roman: no.swor]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-09
English: ephemeral, momentaneous, momentary, short-lived, temporary, transient, transitory,
Assamese: অচিৰ, অচিৰস্থায়ী, অনিত্য, অল্পকালস্থায়ী, অশাশ্বত, অস্থায়ী, এখন্তেকীয়া, ক্ষণচাৰী, ক্ষণভঙ্গুৰ, ক্ষণস্থায়ী, ক্ষণিক, ক্ষনভংগুৰ, ক্ষন্তেকীয়া, খন্তেকীয়া, নশ্বৰ, বিনাশশীল, সাময়িক,
Bodo: दानदिसे,
Mising: lo:tune,
Meeteilon: Tungkoidaba,
Karbi: Malomso, Thirthe,
Hmar: mit khap kar cho,
Dimasa: Dongdaba,
Deori: কনতেগায়, মিদুজি-চ্চিয়ায়া জি, মিনি-মিনিক
নশ্বৰ (Assamese) [ Roman: no.swor]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-09
1. (Proper Adj.-Neuter) lasting for short period of time অলপ দিনীয়া অৰ্থাৎ সদায় নথকা ।