নহৈওনহয়তো

নহয় (Assamese) [ Roman: no.hoy]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-05-15
1. (Adverb) In no way; to no degree. Used to express negation, denial, refusal, or prohibition. কোনো স্বাভাৱিক ইতিবাচক কথা বা বিষয়ক নেতিবাচক কৰিবলৈ ব্যৱহাৰ কৰা শব্দ৷
English: not,
Assamese: , নহয়, না, নোহে,
Nagamese: nohoi,
Dimasa: -ya, niya,
Hajong: নাহয়

Example Sentences:

1. কথাটো মিছা নহয়।