নিচাদেউনিচান-চহী

নিচান (Assamese) [ Roman: ni.san]
alt: নিছান
Contributed by: Bikram M Baruah on 2006-10-04
Ref: আধুনিক অসমীয়া শব্দকোষ
1. (Material Noun-Neuter) A piece of cloth, usually rectangular, of distinctive color and design, used as a symbol, standard, signal, or emblem এটা প্ৰতীক, মান, চিহ্ন বা মোহৰ হিচাপে ব্যৱহাৰ কৰা সাধাৰণতে আয়তাকাৰ আৰু নিৰ্দ্দিষ্ট ৰং আৰু গঢ়ৰ এটুকুৰা কাপোৰ

Contributed by: archana rajbongshi on 2006-10-04
2. (Abstract Noun) something used for or regarded as representing something else; a material object representing something, often something immaterial. কিহবাক প্ৰতিনিধিত্ব কৰিবলৈ ব্যৱহাৰ কৰা বা কিহবাক সূচোৱা বুলি ধৰা আন কোনো বস্তু।