নিশঙ্কনিশা
নিশব্দে (Assamese) [ Roman: ni.xob.de]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-10-20
English: quietly, silently, soundlessly, unobtrusively,
Assamese: অমাতে, আঁৰলে-নিৰলে, চুপি চুপি, চুপে-চাপে, নিশব্দে, নিৰলে, নিৰলে-নিমাতে, নিৰৱে, বিনাশব্দে, বিম্বাশৱদে, মনে মনে, মৌনভাৱে, সুৎ কৰে, সুৰুক্ কৰে, হাততসাৰে-ভৰিতসাৰে,
Bodo: मोथो-मोथो,
Deori: তিতিচ্চা, নিৰলে
নিশব্দে (Assamese) [ Roman: ni.xob.de]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-10-20
1. (Adverb) without making any noise or sound কোনো শব্দ নকৰাকৈ