নিষ্খলনিষ্ঠাবান

নিষ্ঠা (Assamese) [ Roman: nis.tha]
1. (Abstract Noun) Selfless affection and dedication, as to a person or principle স্বাৰ্থহীন আসক্তি আৰু উচৰ্গাৰ মনোভাৱ, কোনো ব্যক্তি বা আদৰ্শৰ প্ৰতি

Contributed by: Anjali Sonowal on 2006-03-30
2. (Abstract Noun) the ability or the process of thinking about without distraction and working hard in one direction. লক্ষ্যৰ পৰা অলপো বিচলিত নোহোৱাকৈ কোনো দিশত চিন্তা কৰা আৰু কঠোৰ পৰিশ্ৰম কৰাৰ সামৰ্থ্য আৰু প্ৰক্ৰিয়া

Contributed by: Ramen Baro on 2024-01-08
3. (Abstract Noun) the act or quality of devoting wholly and earnestly, as to some work or purpose কোনো কৰ্ত্তব্য অথবা উদ্দেশ্যৰ সৈতে একাগ্ৰতাৰে নিজক জড়িত কৰা কাৰ্য্য বা গুণ