নিয়ন্ত্ৰিতনিয়ম-কানুন

নিয়ম (Assamese) [ Roman: ni.yom]
pl: নিয়মাৱলী
Contributed by: Biraj Kumar Kakati on 2007-03-02
1. (Abstract Noun) a statement of what is required as part of an agreement কোনো সহমতৰ অংশ হিচাপে লিপিৱদ্ধ কৰা বক্তব্য

Contributed by: Webmaster-II on 2017-10-06
2. (Abstract Noun) a principle or regulation governing conduct, action, procedure, arrangement, etc. কোনো কাৰ্য্য সম্পাদন কৰাৰ নিমিত্তে নিৰ্দ্ধাৰণ কৰা নিয়মাৱলী

নিয়ম (Bangla) [ Roman: ni.yom]
Contributed by: Satabdi Dutta on 2022-10-17
3. (Abstract Noun) a statement of what is required as part of an agreement কোনো সহমতৰ অংশ হিচাপে লিপিৱদ্ধ কৰা বক্তব্য

নিয়ম (Deori) [ Roman: ni.yo.mo]
Contributed by: Himasri Das on 2023-03-24
4. Legal(Abstract Noun) the principles and regulations established in a community by some authority and applicable to its people, whether in the form of legislation or of custom and policies recognized and enforced by judicial decision. ন্যায়িক সিদ্ধান্তৰ দ্বাৰা স্বীকৃত বা প্ৰৱৰ্ত্তিত বিধি বা ৰীতি ৰূপে কোনো কৰ্ত্তৃপক্ষৰ দ্বাৰা প্ৰতিস্থাপিত আৰু ইয়াৰ অধীনস্থ সকলো লোকৰ ক্ষেত্ৰত প্ৰযোজ্য নীতি আৰু আদৰ্শ

Contributed by: Himasri Das on 2023-03-24
5. (Abstract Noun) the way in which sth is used or the amount of using কোনো বস্তু কিদৰে কামত লগোৱা হয় বা তাৰ পৰিমাণ
English: usage, use, utilisation,
Assamese: ব্যৱহাৰ,
Bodo: बाहाइनाइ,
Garo: jakkalbewal,
Dimasa: yawaibah,
Deori: নিয়ম

Different POS:

a. Proper Adj.-Common: used, ব্যৱহৃত, बाहाइखांनाइ, gerug...

Contributed by: Himasri Das on 2023-03-24
6. (Abstract Noun) a principle or regulation governing conduct, action, procedure, arrangement, etc. কোনো কাৰ্য্য সম্পাদন কৰাৰ নিমিত্তে নিৰ্দ্ধাৰণ কৰা নিয়মাৱলী

Contributed by: Himasri Das on 2023-03-24
7. (Abstract Noun) an act or a manner of proceeding in any action or process. কোনো কাৰ্য্য কৰিবৰ বা চলাবৰ ব্যবস্থা বা প্ৰণালী৷