নিৰ্বাচকনিৰ্বাচনকেন্দ্ৰিক

নিৰ্বাচন (Assamese) [ Roman: nir.ba.son]
1. (Abstract Noun) The process of selecting for a position or political office by casting votes by the electorates ভোটদাতাসকলে প্ৰদান কৰা মতামতৰ ভিত্তিত কোনো পদ বা ৰাজনৈতিক পদবীৰ বাবে বাচনি কৰা প্ৰক্ৰিয়া

2. (Verbal Noun) The act or an instance of selecting or the fact of having been selected. বহুতৰ মাজৰ পৰা বাছি উলিওৱা কাৰ্য্য ৷