নো‌ৱাৰোনৌ বিভাগ

নৌ (Assamese) [ Roman: nou]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-07-31
1. (Adposition) (something) not done or did not happen till the time of reporting (কোনো কাম বা ঘটনা) উল্লেখিত নিৰ্দিষ্ট সময়লৈকে নোহোৱা বা নঘটা
English: not yet,
Assamese: নৌ

নৌ (Tai) [ Roman: nou]
Contributed by: Anjali Sonowal on 2008-12-11
2. Astronomy(Material Noun-Neuter) A self-luminous celestial body consisting of a mass of gas held together by its own gravity in which the energy generated by nuclear reactions in the interior is balanced by the outflow of energy to the surface নিজৰ মহাকৰ্ষণ বলৰ জৰিয়তে একত্ৰ কৰি ৰখা গেছেৰে গঠিত নিজা পোহৰ থকা এক মহাজাগতিক বস্তু, যি তাৰ অভ্যন্তৰত পাৰমাণৱিক বিক্ৰিয়াৰ দ্বাৰা উত্পন্ন হোৱা শক্তি আৰু পৃষ্ঠলৈ বাহিৰ কৰি দিয়া শক্তিৰ মাজত ভাৰসাম্য ৰক্ষা কৰে ৷