নৱৈনৱ্য

নৱোদাৰবাদী (Assamese) [ Roman: no.wo`.dar.ba.di]
Contributed by: Priya Konwar on 2021-11-11
1. Political Science(Adjective Adj.) relating to a type of liberalism that believes in a global free market, without government regulation, with businesses and industry controlled and run for profit by private owners এক প্ৰকাৰৰ উদাৰবাদৰ সৈতে সম্পৰ্কিত যি এক বিশ্বব্যাপী মুক্ত বজাৰত বিশ্বাস কৰে - য’ত চৰকাৰী নিয়ন্ত্ৰণ অবিহনে, কেবল ব্যক্তিগত মালিকৰ লাভৰ বাবে ব্যৱসায় চলে আৰু উদ্যোগ নিয়ন্ত্ৰণ হয়৷