পঞ্চসপ্ততিতমপঞ্চসূনা

পঞ্চসিদ্ধান্তিকা (Assamese) [ Roman: pon.so.xid.dhan.ti.ka]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-09-14
1. Astronomy(Abstract Noun) An encyclopedic book by Varahamihira. বৰাহমিহিৰে পঞ্চসিদ্ধান্তিকা নামৰ এটি মহাসংকলনগ্ৰন্থ ৰচনা কৰিছিল, যʼত তেওঁৰ জীৱনকালৰ সময়ৰ গ্ৰীক, মিছৰীয়, ৰোমান আৰু ভাৰতীয় জ্যোতিৰ্বিজ্ঞানৰ সাৰ লিপিবদ্ধ আছে৷