পদাৰ্থপদাৰ্থবিজ্ঞানী

পদাৰ্থবিজ্ঞান (Assamese) [ Roman: po.dar.tho.bi.gyan]
1. (Abstract Noun) the science of matter and energy and of interactions between the two, grouped in traditional fields such as acoustics, optics, mechanics, thermodynamics, and electromagnetism, as well as in modern extensions including atomic and nuclear physics, cryogenics, solid-state physics, particle physics, and plasma physics. পদাৰ্থ, শক্তি আৰু ইহঁতৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ বিষয়ে অধ্যয়ন কৰা বিজ্ঞান ৷ পৰম্পৰাগত ভাৱে ই বিভিন্ন শাখাত বিভক্ত, যেনেঃ ধ্বনিবিদ্যা, আলোকবিদ্যা, যান্ত্ৰিকবিদ্যা, তাপ-গতিবিদ্যা আৰু বিদ্যুত্-চুম্বকত্ব ইত্যাদি ৷ আধুনিক পদাৰ্থ বিজ্ঞানত আণৱিক, পাৰমাণৱিক পদাৰ্থবিজ্ঞান, ক্ৰায়োজেনিক্স, প্লাজমা পদাৰ্থবিজ্ঞান আদি বিষয়ো অন্তৰ্ভুক্ত ৷