পবীয়াপম খেদ্

পম (Assamese) [ Roman: pom]
Contributed by: papori gogoi on 2008-02-01
1. (Abstract Noun) any thing or place from which something comes, arises, or is obtained কোনো বস্তু য’ৰ পৰা আহে, আৰম্ভ হয় বা পোৱা যায়

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-03-19
2. Botany(Common Noun-Neuter) the long thin root of a plant arising from the main root of a plant গছৰ গুৰিৰ মূল শিপাৰ পৰা বাঢ়ি গৈ আঁতৰলৈ বিয়পি পৰা সূতাৰ নিচিনা শিপা
English: rootlet,
Assamese: পম, শিহৰি