পলাশীপলায়ন কৰ্

পলায়ন (Assamese) [ Roman: po.la.yon]
Contributed by: Bikram M Baruah on 2010-11-11
1. (Verbal Noun) the act of fleeing/escape. পলোৱা বা সাৰি যোৱা কাৰ্য্য।

Contributed by: Biraj Kumar Kakati on 2011-07-03
Ref: চন্দ্ৰকান্ত অভিধান
2. (Verbal Noun) fleeing away to escape punishment. দণ্ড বা শাস্তিৰ ভয়ত পলাই যোৱা কাৰ্য্য ৷