পাকৰাপাখা

পাকৰী (Assamese) [ Roman: pa.ko.ri]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-19
1. Tree(Proper Noun-Neuter) A large expansive fast-growing tree with leaves about 10 cm long, commonly grown alongside avenues. The leaves make good cattle fodder. প্ৰায় ১০ চেঃমিঃ দীঘল পাতৰ সাধাৰণতে ৰাস্তাৰ দাঁতিত ৰোৱা এবিধ খৰকৈ বঢ়া ডাঙৰ গছ ৷ ইয়াৰ পাত গৰু-ম’হৰ খাদ্যৰূপে ব্যৱহৃত হয় ৷