পাট-সঁৰাহপাটকী

পাটকাই (Assamese) [ Roman: pat.kai]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-09-21
1. Hill-Mountain(Proper Noun-Neuter) A range of hills deviding Assam and Myanmar ranging from Arunachal, Assam and Nagaland. পাটকাই হৈছে ভাৰতৰ উত্তৰ-পূব অঞ্চল আৰু ম্যানমাৰৰ সীমান্তত অৱস্থিত পৰ্বতমালা৷ ই জৈৱ-বৈচিত্ৰৰে চহকী ঘন চিৰ সেউজীয়া বৰ্ষাৰণ্যৰে ভৰা এক অঞ্চল৷ কেইবাটাও জনগোষ্ঠীয়েও এই অঞ্চলত বসবাস কৰে৷ পাটকাই পৰ্বত অসম, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ উপৰিও ম্যানমাৰ দেশলৈ বিস্তৃত হৈ আছে৷ 
English: Patkai,
Assamese: পাটকাই