পাটিপাটী-ঢৰা

পাটী (Assamese) [ Roman: pa.ti]
Contributed by: Dimbeswar Baishya on 2008-02-09
1. (Material Noun-Neuter) A piece of furniture that provides a place to sleep. শুবলৈ যতন কৰা এখন আসন; বিশেষত কাঠেৰে বনোৱা দেখা যায়|

Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-02-09
2. (Material Noun-Neuter) It's a kind of mat which is feels cold by nature. It is made from murta plants (Clinogyne dichotoma). এবিধ বনৰ কাঠীৰে বোৱা মিহি ঢাৰি, শুবৰ সময়ত শীতল পাবলৈ বিচনাৰ ওপৰত পাৰি লোৱা হয়৷