পাটীদৈ আলুপাটীমূতুৰা মাছ
পাটীমূতুৰা (Assamese) [ Roman: pa.ti.mu.tu.ra]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-25
English: Acanthopteri, Perch, Perciformes, Percomorphi,
Assamese: কাঞ্চনমতী, খালৈ-ভাঙ্গী, গেদগেদী, গেদেঙী, ঘুমেখাইতী, থেথা-গেলী, নিনপাৰী, পাটীমূতুৰা, ভেদভেদী, ৰান্ধনি মাছ,
Garo: ma.baka,
Hindi: अडडा
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-09-20
পাটীমূতুৰা (Assamese) [ Roman: pa.ti.mu.tu.ra]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-25
1. Fish(Common Noun-Neuter) A big mouth fish like a Climbing fish . এবিধ বহল মুখৰ কাৱৈ জাতীয় মাছ ৷
Assamese: কাঞ্চনমতী, খালৈ-ভাঙ্গী, গেদগেদী, গেদেঙী, ঘুমেখাইতী, থেথা-গেলী, নিনপাৰী, পাটীমূতুৰা, ভেদভেদী, ৰান্ধনি মাছ,
Garo: ma.baka,
Hindi: अडडा
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-09-20
2. (Common Noun-Common &/or Masculine) one who passes urine during sleep শুই থাকোঁতে শয্যাত প্ৰস্ৰাৱ কৰা মানুহ