পাথৰপাদ-সেৱা

পাদ (Assamese) [ Roman: pad]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-06
1. Mathematics(Abstract Noun) any of the four sections into which a plane is divided by two coordinate axes দুডাল স্থানাংক অক্ষই কটাকটি কৰি এখন সমতলক ভাগ কৰি সৃষ্টি কৰা চাৰিটা অংশৰ যিকোনো এটা
English: quadrant,
Assamese: চ’ক, পাদ

Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-11-05
2. (Abstract Noun) the accumulation of gas in the alimentary canal and susecuent release through anus often associated with sound and smell. হজম প্ৰক্ৰিয়াত উত্পন্ন হোৱা গেছ৷ আৰু গুহ্যদ্বাৰেদি প্ৰায়ে শব্দ কৰি ওলাই৷
English: flatulence,
Assamese: পাদ