পানীলগা-জ্বৰপানীশৰাধ

পানীলাও (Assamese) [ Roman: pa.ni.lao`]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-07-27
1. Vegetables(Common Noun) a vine grown for its fruit which can either be harvested young and used as a vegetable or harvested mature, dried, and used as a bottle, utensil, or pipe. The fresh fruit has a light green smooth skin and a white flesh. It is one of the first harvested vegetables in the world. সেউজীয়া বাকলি থকা আৰু মঙহাল, বগা শাহযুক্ত কেঁচা ফল ধৰা এবিধ লাওজাতীয় উদ্ভিদ৷ কেঁচা ফল পাচলি হিছাপে খোৱাৰ উপৰিও শুকান, পূৰঠ ফলৰ খোলাটো বটল বা পাত্ৰৰূপে ব্যৱহাৰ কৰা হয়৷ ইয়াক খেতিৰ পৰা উৎপাদিত প্ৰথম বিধ পাচলি আখ্যা দিব পাৰি৷