পেঁয়াপেং-লাখুটি

পেং (Assamese) [ Roman: peng]
Contributed by: Bikram M Baruah on 2007-01-06
1. (Material Noun-Neuter) a tool used as support while walking by an injured or physically challenged person. আঘাত-প্ৰাপ্ত অথবা শাৰীৰিকভাৱে বাধাগ্ৰস্ত লোকে খোজ কঢ়াৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰা এক সঁজুলি।

পেং (Tai) [ Roman: peng]
Contributed by: Buljit Buragohain বুলজিৎ বুঢ়াগোহাঁই on 2008-10-19
2. (Proper Adj.-Neuter) Of a quantity that can fulfil a need or requirement but without being abundant. যিমান প্ৰয়োজন সিমানখিনি অভাৱ নোহোৱাকৈ পোৱা|