পেছ কৰ্পেছনে

পেছকছ (Assamese) [ Roman: pes.kos]
Contributed by: Biraj Kumar Kakati on 2008-06-17
1. (Abstract Noun) sth given to sb as love/ affection. মৰম-চেনেহ প্ৰকাশ কৰি কাৰোবাক যচা বস্তু

Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-09-21
2. Business-Commerce-Economics(Abstract Noun) A contribution for the support of a government required of persons, groups, or businesses within the domain of that government. Sometimes it was imposed on dependent country. এখন চৰকাৰৰ অধীনত থকা অঞ্চলত বাস কৰা ব্যক্তি, দল বা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা চৰকাৰী কাম-কাজ চলোৱাৰ বাবে সংগ্ৰহ কৰা বৰঙণি অথবা তলতীয়া ৰাজ্যৰ ওপৰত লগোৱা বাধ্যতামূলক বৰঙণি৷